***এক যাত্রা***
..10 March …বহাগলৈ মাথো মাজত এটা মাহ..চাগে বসন্তৰ প্রথমজাক বৰষূন মঙ্গলদৈত নামিছিল..ফাগুনে কোবাই যোৱা ধূলিময় পৰিৱেশটোত যেন বসন্তৰ কোমল পৰশ…Nagpur Universityৰ ছাত্র মঙ্গলদৈৰ Ajay Nath ৰ মনত ঠিক সেই সময়তে বাহ লৈছিল এটা ধূনীয়া সপোনে…সহযোগী হিচবে ল’লে চেন্নাইত অধ্যয়নৰত মঙ্গলদৈৰ Nabajit Dekaক… আৰম্ভ হ’ল এক নতুন যাত্রা…আৰু ম...াত্র ১০০ দিনৰ যাত্রাতেই সেই সপোন এতিয়া 468 Mangaldaianৰ সহযোগিতাৰে মঙ্গলদৈৰ আটাইতকৈ ডাঙৰ Facebook group..এটা ধূনীয়া অনুষ্ঠান..”Mangaldaian Rocks”..
এই সুযোগতে Ajay আৰু Nabajit লৈ ধন্যবাদ জনাইছো..মঙ্গলদৈৰ নতুন প্রজন্ম একগোট হব পৰাকে এখন ধূনীয়া মঞ্চ দিয়াৰ বাবে..
তেতিয়া চাগে ২০/২২ জন মান Members আছিল MRত..বন্ধু Nayn এ Add কৰিছিল মোক…তেতিয়াৰ পৰাই নীৰৱছিন্ন যাত্রা MRৰ স’তে…দিনে দিনে আত্মিকতা গাঢ় হৈ আহিল MR স’তে..মোৰ ঠাইৰ এসোপামান সপোনৰ স’তে…মাজতে Rishi,Nabaই দি দিলে MRৰ ADMINৰ দৰে গুৰু দায়িত্ব…নাজানো দায়িত্ব পালনত কিমানদূৰ সফল হৈছো…
…MR-ৰ এই ১০০ দিনৰ পৰিক্ৰমাত ইয়াত হৈ থকা Competition সমূহে অনন্য মাত্রা প্রদান কৰিছিল Group টোক..এই Competition সমূহত Rishiএ যি আন্তৰিকতা আৰু কষ্ট কৰিছিল তাক স্বীকাৰ কৰিবই লাগিব..ধন্যবাদ Rishi…
BikramJit দা, Nargish বা ..MR-ৰ এই যাত্রাত আপোনালোকে ADMIN হিচাবে যি অৰিহনা আগবঢ়াইছে তাৰ বাবে আমি আপোনালোকৰ ওচৰত কৃতজ্ঞ..
..Amar,Mrinal,Ashru,Dhriti,Joonmani,Rumi,Chiranjit da ,Rebajit da আৰু MR-ৰ সকলো Members..MR এই যাত্রাত আপোনালোকৰ সক্রিয়তা আৰু সহযোগিতাৰ বাবে ধন্যবাদ জনাইছো..আশা কৰিছো অনাগত সময়ত আপোনালোকৰ সহযোগিতাই MRক আৰু ধুনীয়া কৰি তুলিব…
Emotional hoi jaou.. ei post tu dekhile....
ReplyDelete